ফৰেক্স ট্ৰেডিং কি? What is forex trading in Assamese?
ফৰেক্স ট্ৰেডিং (বিদেশী মুদ্ৰাৰ ব্যৱসায়)ত লাভৰ লক্ষ্যৰে বিদেশী মুদ্ৰাৰ বজাৰত মুদ্ৰা ক্ৰয়-বিক্ৰয় কৰা হয়। ই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু লিকুইড বিত্তীয় বজাৰ। ইয়াৰ লগত জড়িত কিছুমান মূল কথা উল্লেখ কৰা…