সোনাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদ মেল । কোনে উচ্ছেদৰ নামত কৰিছে ৰাজনীতি?

উচ্ছেদ হ’ব লাগে বুলি মই বহু আগৰ পৰাই কৈ আহিছোঁ কিন্তু সেয়া আইন মতে হ’ব লাগে। উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মতে হ’ব লাগে। চৰকাৰে সোণাপুৰত আদালত অবমাননা কৰি যি উচ্ছেদ চলাইছে সেয়া হ’ল ২৬ ৰ নিৰ্বাচনৰ প্ৰচাৰ ।

সোনাপুৰৰ মাটি খিনি চৰকাৰে কাক দিব? ST সকলক নে ধনী ব্যৱসায়িক?

বিজেপিয়ে ডিমুৰীয়া সমষ্টি খন ST ৰ পৰা SC কিয় কৰিলে ? বাঙালি হিন্দু আৰু বাংলাদেশী হিন্দুক সন্তুষ্ট কৰিবলৈ?

সোনাপুৰত ধনী ব্যৱসায়ী আৰু বাঙালি সকলে যি মাটি বেদখল কৰি আছে সেই খিনিত কিয় উচ্ছেদ কৰা নাই?

মই অখিল অখিল গগৈ আহোম মানুহ, সোণাপুৰত মাটি কিনিব নোৱাৰিম কিন্তু হিন্দু বাংলাদেশীয়ে SC certificate দেখুৱাই কিনিব পাৰিব।

2014 চনৰ আগত অসমলৈ আহি যি সকল বাংলাদেশী হিন্দুৱে নাগৰিকত্ব লৈ আছে তেওঁলোকে SC certificate দেখুৱাই সোণাপুৰৰ ট্ৰেইবেল বেল্ট এণ্ড ব্লকত বহিব পাৰিব।

যেতিয়া উজনিৰ মানুহে স্মার্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া চৰকাৰে মিয়াঁ বিতৰ্ক লগাই দিলে।

যেতিয়া মন্ত্রী, ডাঙৰ নেতাৰ পত্নীৰ নাম ট্ৰেডিংৰ লগত জড়িত থকাৰ কথা পোহৰলৈ আহিল তেতিয়াই বিশেষ কিছু লোকক টাৰ্গেট কৰি উচ্ছেদ চলালে।

সোণাপুৰত বৃহৎ পৰিমানৰ মাটি ধনী ব্যৱসায়ী আৰু বাঙালি সকলে বেদখল কৰি আছে, সেই খিনিত কেতিয়া উচ্ছেদ চলিব?

চিমেন্ট ইন্ডাষ্ট্রি খন কেতিয়া উচ্ছেদ হ’ব? সেই মাটি খিনি কেতিয়া চৰকাৰে আমাৰ ST মানুহৰ হাতত গতাব?

সোণাপুৰত unprotected মানুহ বহিব নোৱাৰিব বুলি প্ৰথম প্ৰতিবাদ কৰা ব্যক্তি মই। মই উচ্ছেদ বিৰোধী নহয় কিন্তু উচ্ছেদ আইন মতে হ’ব লাগিব।

ৰাইজ আপোনালোকে মূল বিষয় পাহৰি নাযাব- স্মার্ট মিটাৰ, মূল্য বৃদ্ধি, অবৈধ ট্ৰেডিং

  • Related Posts

    বাছৰ ভিতৰত মহিলাক ধৰ্ষণ

    মহাৰাষ্ট্ৰৰ পুনেত জঘন্য ঘটনা। শিৱ শাহী নামৰ বাছৰ ভিতৰত মহিলাক ধৰ্ষণ। অভিযুক্ত ৰামদাসক মহাৰাষ্ট্ৰ পুলিচে গ্ৰেপ্তাৰ কৰে। গোটেই দেশত অভিযুক্তক কঠোৰ শাস্তিৰ দাবি উত্থাপন হৈছে।

    RRB job notice, both graduate and undergraduate vacancy

    Under Graduate Posts with Minimum Educational Qualification of 12th (+2Stage) or its equivalent examination and Age between 18 to 33* Years (with 3years relaxation as per detail in CEN) as…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    বাছৰ ভিতৰত মহিলাক ধৰ্ষণ

    • By Editor
    • February 28, 2025
    • 36 views

    দশম শ্ৰেণীৰ ছাত্ৰীয়ে জন্ম দিলে সন্তান

    • By Editor
    • February 26, 2025
    • 41 views

    মুস্তফা কামাল আজহাৰীৰ প্ৰতিটো প্ৰশ্ন আৰু আপত্তিৰ দলিল আৰু যুক্তিৰ দ্বাৰা খণ্ডন

    • By Editor
    • November 14, 2024
    • 148 views

    Who is Mustafa kamal Azhari? What are Controversial claims of Mustafa kamal Azhari from Assam ?

    • By Editor
    • November 11, 2024
    • 229 views

    RRB job notice, both graduate and undergraduate vacancy

    • By Editor
    • October 2, 2024
    • 139 views

    বিহাৰত ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত ‘নদীৰ পানীত পৱিত্ৰ ডুব ’ ত অংশগ্রহণ কৰি থকা অৱস্থাত ৩৭টা শিশুসহ ৪৬জন লোকৰ মৃত্যু

    • By Editor
    • September 27, 2024
    • 86 views