বাছৰ ভিতৰত মহিলাক ধৰ্ষণ
মহাৰাষ্ট্ৰৰ পুনেত জঘন্য ঘটনা। শিৱ শাহী নামৰ বাছৰ ভিতৰত মহিলাক ধৰ্ষণ। অভিযুক্ত ৰামদাসক মহাৰাষ্ট্ৰ পুলিচে গ্ৰেপ্তাৰ কৰে। গোটেই দেশত অভিযুক্তক কঠোৰ শাস্তিৰ দাবি উত্থাপন হৈছে।
বিহাৰত ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত ‘নদীৰ পানীত পৱিত্ৰ ডুব ’ ত অংশগ্রহণ কৰি থকা অৱস্থাত ৩৭টা শিশুসহ ৪৬জন লোকৰ মৃত্যু
বিহাৰ চৰকাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে সমগ্ৰ বিহাৰৰ তিনিদিনীয়া ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত সমগ্ৰ বিহাৰৰ নদী-পুখুৰীত পবিত্ৰ স্নান কৰি থকা অৱস্থাত ৩৭টা শিশুকে ধৰি ৪৬জন লোক পানীত…
গিৰিশ কলিতাৰ কামনাৰ বলি নাবালিকা
আকৌ এক জঘন্য ঘটনা। নলবাৰীত সংগঠিত হৈছে এই জঘন্যতম ঘটনা। ৬৫ বছৰীয়া গিৰিশ কলিতাৰ কাৰমনাৰ বলি নাবালিকা । 6 বছৰীয়া নাবালিকাৰ সৈতে অপকর্ম কৰাৰ অভিযোগ। নলবাৰীৰ বৰভাগত সংগঠিত হৈছে এই…
সোনাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদ মেল । কোনে উচ্ছেদৰ নামত কৰিছে ৰাজনীতি?
উচ্ছেদ হ’ব লাগে বুলি মই বহু আগৰ পৰাই কৈ আহিছোঁ কিন্তু সেয়া আইন মতে হ’ব লাগে। উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মতে হ’ব লাগে। চৰকাৰে সোণাপুৰত আদালত অবমাননা কৰি যি উচ্ছেদ…
শিশু ধৰ্ষণ, সৰস্বতী বিদ্যা মন্দিৰৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু
কোনোবাই শিক্ষকক ভগবানৰ লগত তুলনা কৰে আন কোনোবাই মা-দেউতাৰ লগত। কিন্তু এগৰাকী শিক্ষকৰ কৰ্মই আপোনাক পুণৰ ভাবিলৈ বাধ্য কৰিব যে একাংশ শিক্ষক মা-দেউতাৰ সম পৰ্যায়ৰ কেনেকৈ হ’ব পাৰে? এয়া কেৱল…
কিয় AIUDF নি:শেষ হ’ব লাগে?
AIUDF নি:শেষ হ’লে বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি সচাঁই বন্ধ হ’ব নে ? কংগ্ৰেছে বিচাৰে মুছলমানে যাতে কংগ্ৰেছৰ বাহিৰে অন্য কোনো দলক ভোট দিয়াৰ বিকল্প নাপায়। অৰ্থাৎ কংগ্ৰেছে ডি ভোটাৰ বনাওঁক, ডিটেনশ্বন…