
আকৌ এক জঘন্য ঘটনা।
নলবাৰীত সংগঠিত হৈছে এই জঘন্যতম ঘটনা। ৬৫ বছৰীয়া গিৰিশ কলিতাৰ কাৰমনাৰ বলি নাবালিকা ।
6 বছৰীয়া নাবালিকাৰ সৈতে অপকর্ম কৰাৰ অভিযোগ। নলবাৰীৰ বৰভাগত সংগঠিত হৈছে এই জঘন্য ঘটনা।
পুলিচে ইতিমধ্যে অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।
ৰাজ্যত কিয় বৃদ্ধিপাইছে এনে ঘটনা?