বাছৰ ভিতৰত মহিলাক ধৰ্ষণ
মহাৰাষ্ট্ৰৰ পুনেত জঘন্য ঘটনা। শিৱ শাহী নামৰ বাছৰ ভিতৰত মহিলাক ধৰ্ষণ। অভিযুক্ত ৰামদাসক মহাৰাষ্ট্ৰ পুলিচে গ্ৰেপ্তাৰ কৰে। গোটেই দেশত অভিযুক্তক কঠোৰ শাস্তিৰ দাবি উত্থাপন হৈছে।
দশম শ্ৰেণীৰ ছাত্ৰীয়ে জন্ম দিলে সন্তান
ওড়িশাত় এক আইন বিৰোধী কাৰ্য্য। হোষ্টেলত থকা দশম শ্রেণীৰ ছাত্ৰীয়ে জন্ম দিলে ৮ মাহৰ অকাল সন্তান। চৰকাৰী আশ্ৰম স্কুল খনৰ প্ৰধান শিক্ষকক নিলম্বন । ঘটনা পোহৰলৈ অহাৰ পিছতে জিলা কল্যাণ…