নাবালিকা ধৰ্ষণ, গ্ৰেপ্তাৰ জিতেন চাহু

জনমাষ্টমীৰ দিনাই সংঘটিত হৈছিল এই দু:খ জনক ঘটনা। ৪২ বছৰীয়া জিতেন চাহুৰ কামনাৰ বলি এগৰাকী ১০ বছৰীয়া নাবালিকা। শিশুটিক ম’বাইল দেখুওৱাৰ প্ৰলোভন দি সংঘটিত কৰা হৈছিল এই ঘটনা। তিনিচুকীয়াৰ চিকাজানৰ…