ধৰ্মীয় প্ৰতিষ্ঠানক চৰকাৰে দিব কোটি কোটি টকা

নলবাৰীত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: চৰকাৰে কেতিয়াবা কয় যে আমি চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা কিয় দিম? আকৌ চৰকাৰী ধন কিয় দিয়ে ধৰ্মীয় প্ৰতিষ্ঠানলৈ?